ওজাপালি || Class 5 Assamese

ওজাপালি


উত্তৰ দিয়া -

১/ ওজা পালি কি ? 
- ওজাপালি হৈছে এবিধ লোক - নাট্য অনুষ্ঠান।
২/ ওজা পালিৰ মুখ্য পালিজনক কি বোলা হয় ?
- তেওঁক ওজা বোলা হয় ।
৩/ ওজাৰ লগত কোন কোন থাকে । 
- ওজাৰ লগত দলৰ পাঁচ - ছয় জন মান থাকে ।
৪/ ওজাপালিৰ প্ৰকাৰ বোৰ কি কি ?
- ওজা পালিৰ প্ৰকাৰবোৰ - সুকনান্নি বা সুকনাৰায়ণী গোৱা ওজা পালি , বিয়াহৰ বা ব্যাস গোৱা ওজা পালি, তুকুৰিয় ওজা, আপি ওজা আদি ।
৫/ ওজা পালি কঽত কঽত পৰিৱেশন কৰা হয় ? 
- ওজাপালি উৎসৱ - পাৰ্বন, পূজা, সবাহ আদিত পৰিৱেশন কৰা হয় ।

চমু উত্তৰ দিয়া- 

ক/ ওজা পালিয়ে পৰিধান কৰা সাঁজ পৰ কেনেকুৱা ? 
- চুৰিয়া - চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়, লগতে পালিসকলে সোঁ হাতত একোযোৰ কৈ খুঁটি তাল মেৰিয়াই লয়। 

খ/ ওজা পালিত ওজাই গোৱা গীত সমূহৰ কাহিনী ভাগ কৰ কৰ পৰা লোৱা হয়।
- বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি আখ্যান মূলক গ্ৰন্থৰ পৰা ।

গ/ ডাইনা পালিৰ প্ৰধান কাম কি ? 

ঘ/ অনুষ্ঠান পৰিবেশন কৰোঁতে কোনে কি কি দায়িত্ব পালন কৰে ? 
-

ঙ/ মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজা পালিৰ সহায় লৈছিল ? 

-আনুষ্ঠান পৰিবেশন কৰোঁতে ওজাই দিহা ৰে একোটা পৌৰাণিক কাহিনী বিভিন্ন ৰাগত গীত গাই আৰু পালি সকলে খুঁটি তাল বজাই সেই দিহা দহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে , লগতে ডাইনা পালিয়ে বিভিন্ন ধেমেলীয়া কথাৰে বিভিন্ন হাস্যৰস সৃ ষ্টি কৰে ।





























Post a Comment

Previous Post Next Post