অৰূপৰ আবেদন || Class 5 Assamese


অৰূপৰ আবেদন



উত্তৰ দিয়া - 

১/  অৰূপে  কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল ?

২/  অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল ?  
     
৩/ অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্রীগৰাকীয়ে কি কৈছিল ?  
       
৪/ আৱেদনক আৰু কি বুলি কয় ? 
            
৫/ অৰূপে পঢ়া স্কুল খনৰ নাম কি ?   
       
৬/ অৰূপে কি বিচাৰি আৱেদন কৰিছিল ?     

   


শব্দ বোৰৰ অৰ্থ লিখা-        
ব্যস্ত = 

খতি=    
   
পেট চলা =   

ছুটী =  

মঞ্জুৰ =   

একান্ত = 

শৈলী = 

শিৰোনামা =










Post a Comment

Previous Post Next Post