📅 About Contact Privacy Policy Terms
📗 Latest Posts
All →

অসম আমাৰ ৰূপহী || Class 5 MIL Assamese || Axom Help Desk

📅 December 29, 2025 ✍️ AXOM HELP DESK 🏷️ Axom Help Desk , Class 5 , Class 5 MIL Assamese , অসম আমাৰ ৰূপহী ,

অসম আমাৰ ৰূপহী

-ভূপেন হাজৰিকা

 

উত্তৰ দিয়া -

(ক) ড° ভূপেন হাজৰিকাই 'আই' বুলি কাক সম্বোধন কৰিছে ?

  •  ড° ভূপেন হাজৰিকাই ‘আই’ বুলি অসমক সম্বোধন কৰিছে।


(খ) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে ?

  • ড° ভূপেন হাজৰিকাই মাঘ মাহত লখিমী অদ​ৰাৰ কথা কৈছে।


(গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায় ?

  • শৰৎ নিশাই আইৰ কেশ ত​ৰাৰ পোহৰেৰে সজায়।


(ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গড়ে ?

  • অসমী আইৰ ম​ৰম বোৰে ।


(ঙ) ড° ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে ?

  • ড° ভূপেন হাজৰিকাই অসমতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।


(চ) এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই 'সূর্য উঠা দেশ' মানে কোনখন দেশক বুজাইছে ?

  • অসমক ।


(ছ) গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে ।

  • ৰসাল মাটি  ।





© 2025 Axom Help Desk.
🙏 শ্ৰদ্ধাঞ্জলি / Tribute
🎤
জুবিন গাৰ্গ
১৯৭২ - ২০২৫
“অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, জুবিন গাৰ্গ ডাঙৰীয়াৰ সৃষ্টিয়ে আমাৰ মনত সদায় সজীৱ হৈ থাকিব। তেওঁৰ গীত, কণ্ঠ আৰু চিন্তাধাৰাই অসমীয়াৰ আত্মাক স্পৰ্শ কৰিছে। অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদান চিৰস্মৰণীয়। শ্ৰদ্ধাৰে স্মৃতিচাৰণ জনালোঁ।”
🎵
ভূপেন হাজৰিকা
১৯২৬ - ২০১১
“অসমৰ সংগীত সম্ৰাট, ভূপেন হাজৰিকাই তেওঁৰ গীতৰ মাধ্যমেৰে মানৱতা, প্ৰকৃতি আৰু অসমীয়া জাতিৰ প্ৰাণৰ কথা কৈ গৈছে। তেওঁৰ সুৰ-ছন্দ চিৰ অম্লান।”
আমি কৃতজ্ঞতাৰে স্মৰণ কৰোঁ সকলো মহান ব্যক্তিত্বক।
📱 Follow Us
📅 Upcoming Exams
  • HSLC 2027Feb 2027
  • HS Final 2027Mar 2027
  • CBSE Class 10Feb 2027
  • CBSE Class 12Feb 2027
  • TET AssamTBA
🎓 Education For All