পখী আৰু মানুহ
১ . উত্তৰ দিয়া -
১/ সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল ?
-
২/ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল ?
-
৩/ সাধু টোত মানুহৰ উপকাৰী প্ৰাণী কি আছিল ?
-
৪/ মধুকৰে বিয়া কৰোৱা ছোৱালীজনী কোন আছিল ?
-
৫/ মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল ?
-
2. কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা -
১/ "আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু । গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক।"
-
২/ 'এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব।'
-
কাৰণ দৰ্শাই লিখা-
১/ সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হৈছিল ?
-
২/ কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনু ৰ ৰাজ্যত কি সমস্যা ৰ সৃষ্টি কৰিলে ?
-
৩/ মধুকৰে সৰ্বধনুকে কেনেদৰে সহায় কৰিলে ?
-
© 2025 Axom Help Desk.
