📅 About Contact Privacy Policy Terms
📗 Latest Posts
All →

আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি || পৰিৱেশ || Class 5 Assamese || Axom Help Desk

আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি || পৰিৱেশ || Class 5 Assamese || Axom Help Desk




১| উত্তৰ লিখা ----

১| পাৱাৰ টিলাৰ কি ?    
- পাৱাৰ টিলাৰ  এবিধ মাটি চহাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰচালিত নাঙল , খেতিপথাৰত হাল বাবলৈ ব্যৱহাৰ কৰা হয়                 
২| শীতল ভঁৰাল কি ?      
-শীতল ভঁৰাল হৈছে খোৱা খাদ্য , ফল মূল আদি ভালে ৰাখিবৰ বাবে , বেছি দিন ভালে ৰাখিবলৈ , আৰু শীতল কৰি ৰাখিবলৈ ব্যৱসায় কৰা বিদ্যোৎ চালিত সঁজুলি    
                           
৩| কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰা হয় ?            
-আগতে কুকাৰ ব্যৱহাৰ কৰিছিল , এতিয়া বিদ্যুৎচালিত মাইক্রৱেভ  অভেন ব্যৱহাৰ কৰে  

৪| কম্পিউটাৰ কি ই কামত ব্যৱহাৰ কৰা হয় ?         
-কম্পিউটাৰৰ  দ্বাৰা আমি বিভিন্ন কাম কৰিব পাৰো , গেম খেলিব পাৰো , কম্পিউটাৰৰ লগত প্ৰিন্টাৰ যোগ কৰি বিভিন্ন লাগতিয়াল ছপাব পাৰো , ইণ্টাৰনেট সংযোগ কৰি বিভিন্ন কাম কৰিব পাৰো 
                               
৫| প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি ?
- প্ৰযুক্তিৰ  সহায়েৰে আমাৰ মোবাইল , লেপটপ , কম্পিউটাৰ , টেবলেট আদিৰ দ্বাৰা বিজুলী বিল পৰিশোধ কৰিব পাৰি                  


২ | 'ক' ৰ লগত 'খ' মিলোৱা -----    


"ক" অংশ   

"খ" অংশ

কী বোৰ্ড

নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষন কৰি ৰাখে 

মাউছ 

নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষন কৰি ৰাখে

চি.পি.ইউ

মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি   

মিনিটৰ

লিখিত  কৰে নিৰ্দেশ পঠিয়াব পাৰি

    

১||  কী বোৰ্ড  == লিখিত  কৰে নিৰ্দেশ পঠিয়াব পাৰি     
২||  মাউছ == মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি
৩|| চি.পি.ইউ == নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষন কৰি ৰাখে              
৪||  মিনিটৰ == কৰা কাম খিনি আৰু ফলাফল দেখা পাওঁ                 
 

৩| হয়নে / নহয়  লিখা ---   

ক/ প্রযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে           
- হয়  

খ/ ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পৰোঁ         
- হয় , নহয়    

গ/ ৰেফ্ৰিজাৰেটৰত খাদ্য বস্তু ৰান্ধিব পাৰি         
- নহয়  

ঘ/ কম্পিউটাৰৰ  এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন            
- হয়  



৪| চমু টকা লিখা ---    

ক/ ম'বাইল ফোন
খ/ ইণ্টাৰনেট    
🙏 শ্ৰদ্ধাঞ্জলি / Tribute
🎤
জুবিন গাৰ্গ
১৯৭২ - ২০২৫
“অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, জুবিন গাৰ্গ ডাঙৰীয়াৰ সৃষ্টিয়ে আমাৰ মনত সদায় সজীৱ হৈ থাকিব। তেওঁৰ গীত, কণ্ঠ আৰু চিন্তাধাৰাই অসমীয়াৰ আত্মাক স্পৰ্শ কৰিছে। অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদান চিৰস্মৰণীয়। শ্ৰদ্ধাৰে স্মৃতিচাৰণ জনালোঁ।”
🎵
ভূপেন হাজৰিকা
১৯২৬ - ২০১১
“অসমৰ সংগীত সম্ৰাট, ভূপেন হাজৰিকাই তেওঁৰ গীতৰ মাধ্যমেৰে মানৱতা, প্ৰকৃতি আৰু অসমীয়া জাতিৰ প্ৰাণৰ কথা কৈ গৈছে। তেওঁৰ সুৰ-ছন্দ চিৰ অম্লান।”
আমি কৃতজ্ঞতাৰে স্মৰণ কৰোঁ সকলো মহান ব্যক্তিত্বক।
📱 Follow Us
📅 Upcoming Exams
  • HSLC 2027Feb 2027
  • HS Final 2027Mar 2027
  • CBSE Class 10Feb 2027
  • CBSE Class 12Feb 2027
  • TET AssamTBA
🎓 Education For All