📅 About Contact Privacy Policy Terms
📗 Latest Posts
All →

আমাৰ চুবুৰীয়া ৰাজ্যসমূহ || পৰিৱেশ || Class 5 Assamese || Axom Help Desk

আমাৰ চুবুৰীয়া ৰাজ্যসমূহ || পৰিৱেশ || Class 5 Assamese || Axom Help Desk 









আমাৰ চুবুৰীয়া ৰাজ্যসমূহ


১| উত্তৰ দিয়া ---    

ক) উত্তৰ পূব ৰাজ্যসমূহৰ নাম লিখা      
- অৰুণাচল , নাগালেণ্ড , মণিপুৰ , অসম , মেঘালয় , মিজোৰাম , ত্ৰিপুৰা , ছিকিম  আদি                      

খ) উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম  লিখা           
-   ডিমাছা , কাৰ্বি , গাৰো , কোচ ৰাজবংশী  আদি         

গ) উত্তৰ পূব ভাৰতক সাতভনী ৰ দেশ বুলি কিয় কোৱা হয়            
- কাৰণ আমাৰ অসমকে ধৰি সাত খন চুবুৰীয়া ৰাজ্য একেলগে আছে কাৰণে সাতভনীয়ে দেশ বোলা হয় (  অৰুণাচল , নাগালেণ্ড , মণিপুৰ , অসম , মেঘালয় , মিজোৰাম , ত্ৰিপুৰা )                

ঘ) উত্তৰ পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা           
- অৰুণাচলৰ   টাৱাং , অসমৰ   হাফলং আৰু মেঘালয়ৰ শ্বিলং   আদি     


২| "ক" ৰ লগত "খ" মিলোৱা --      
 

"ক" অংশ  

"খ" অংশ

অৰুণাচল প্ৰদেশ

ক'হিমা

নাগালেণ্ড

ইম্ফল  

ত্ৰিপুৰা

আইজল

মণিপুৰ 

ইটানগৰ

মিজোৰাম

আগৰতলা



অৰুণাচল প্ৰদেশ ==> ইটানগৰ  
নাগালেণ্ড ======> ক'হিমা     
ত্ৰিপুৰা ========> আগৰতলা  
মণিপুৰ  =======> ইম্ফল  
মিজোৰাম  =====>  আইজল  

৩| খালি ঠাই পূৰ কৰা --     

ক) মেঘালয়ৰ ___________ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়          
- মৌচিনৰামত         

খ) মণিপুৰ ৰাজ্যৰ ____________ হ্ৰদ প্ৰাকৃতিক ভাবে হোৱা এক বৃহৎ হ্ৰদ                   
- লকটক   
গ) শ্বিলং এখন _____________ ঠাই     
-  স্বাস্থ্যকৰ

ঘ) চাহ উৎপাদনৰ ক্ষেত্ৰত ________________ ভাৰতৰ ভিতৰত প্ৰথম          
- অসম   

ঙ) ________________ খাচীসকলৰ এটা উৎসৱৰ নাম       
- নংক্রেন    

    


৫| কোন কেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভৰত বুলি কোৱা হয় ?            
- অৰুণাচল , নাগালেণ্ড , মণিপুৰ , অসম , মেঘালয় , মিজোৰাম , ত্ৰিপুৰা , ছিকিম  আদিবোৰ একেলগে  











  
🙏 শ্ৰদ্ধাঞ্জলি / Tribute
🎤
জুবিন গাৰ্গ
১৯৭২ - ২০২৫
“অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, জুবিন গাৰ্গ ডাঙৰীয়াৰ সৃষ্টিয়ে আমাৰ মনত সদায় সজীৱ হৈ থাকিব। তেওঁৰ গীত, কণ্ঠ আৰু চিন্তাধাৰাই অসমীয়াৰ আত্মাক স্পৰ্শ কৰিছে। অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদান চিৰস্মৰণীয়। শ্ৰদ্ধাৰে স্মৃতিচাৰণ জনালোঁ।”
🎵
ভূপেন হাজৰিকা
১৯২৬ - ২০১১
“অসমৰ সংগীত সম্ৰাট, ভূপেন হাজৰিকাই তেওঁৰ গীতৰ মাধ্যমেৰে মানৱতা, প্ৰকৃতি আৰু অসমীয়া জাতিৰ প্ৰাণৰ কথা কৈ গৈছে। তেওঁৰ সুৰ-ছন্দ চিৰ অম্লান।”
আমি কৃতজ্ঞতাৰে স্মৰণ কৰোঁ সকলো মহান ব্যক্তিত্বক।
📱 Follow Us
📅 Upcoming Exams
  • HSLC 2027Feb 2027
  • HS Final 2027Mar 2027
  • CBSE Class 10Feb 2027
  • CBSE Class 12Feb 2027
  • TET AssamTBA
🎓 Education For All