📅 About Contact Privacy Policy Terms
📗 Latest Posts
All →

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম || পৰিৱেশ || Class 5 Assamese


ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম


১| উত্তৰ লিখা -----  

ক| কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে ?  
- ১৯৪৭ চন ৰ ১৫ আগষ্ট তাৰিখে    

খ| ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে ?         
- ১১ টা     

গ| সংবিধান সভা ৰ সভাপতি কোন আছিল ?       
- ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ     

ঘ| সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল ?       
- ডক্টৰ ভীমৰাও আম্বেদকাৰ    

| ভাৰতীয় সংবিধান খন কেতিয়া গৃহীত কৰা হৈছিল ?        
- ১৯৪৯  চনৰ ২৬ নৱেম্বৰ তাৰিখে       


২| খালি ঠাই পূৰ কৰা --   
  
ক/ আমি ১৯৫০ চনৰ পৰা  প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখে ___________ হিচাপে পালন কৰোঁ                
- গণতন্ত্ৰ দিৱস   

খ/ _____________ সংবিধানখন অতি দীঘলীয়া সংবিধান           
- ভাৰতীয়  

গ/ ভাৰতবৰ্ষ এখন সাৰ্বভৌম ______________ গণৰাজ্য         
- গণতান্ত্ৰিক  

ঘ/ প্ৰত্যেক দেশ বা ৰাষ্ট্ৰ ৰ  একোখন নিজস্ব ____________ আছে              
- সংবিধান  

ঙ/ ________________ চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে           
- ১৯৪৭ চনৰ ১৫ আগষ্টৰ     


🙏 শ্ৰদ্ধাঞ্জলি / Tribute
🎤
জুবিন গাৰ্গ
১৯৭২ - ২০২৫
“অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, জুবিন গাৰ্গ ডাঙৰীয়াৰ সৃষ্টিয়ে আমাৰ মনত সদায় সজীৱ হৈ থাকিব। তেওঁৰ গীত, কণ্ঠ আৰু চিন্তাধাৰাই অসমীয়াৰ আত্মাক স্পৰ্শ কৰিছে। অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদান চিৰস্মৰণীয়। শ্ৰদ্ধাৰে স্মৃতিচাৰণ জনালোঁ।”
🎵
ভূপেন হাজৰিকা
১৯২৬ - ২০১১
“অসমৰ সংগীত সম্ৰাট, ভূপেন হাজৰিকাই তেওঁৰ গীতৰ মাধ্যমেৰে মানৱতা, প্ৰকৃতি আৰু অসমীয়া জাতিৰ প্ৰাণৰ কথা কৈ গৈছে। তেওঁৰ সুৰ-ছন্দ চিৰ অম্লান।”
আমি কৃতজ্ঞতাৰে স্মৰণ কৰোঁ সকলো মহান ব্যক্তিত্বক।
📱 Follow Us
📅 Upcoming Exams
  • HSLC 2027Feb 2027
  • HS Final 2027Mar 2027
  • CBSE Class 10Feb 2027
  • CBSE Class 12Feb 2027
  • TET AssamTBA
🎓 Education For All