📅 About Contact Privacy Policy Terms
📗 Latest Posts
All →

আমাৰ সামাজিক সমস্যা || পৰিৱেশ || Class 5 Assamese



আমাৰ সামাজিক সমস্যা 




১| উত্তৰ দিয়া--   

ক/  সামাজিক সমস্যা বুলিলে কি বুজা ?      
যিবোৰ সমস্যায়ে সমাজৰ একোটা নোহোৱা কৰে , আৰ্থিক , নৈতিক , ৰাজনৈতিক আদিত
 শৃংখলতা  নোহোৱা কৰে , তেনেবোৰ সমস্যাকে সামাজিক সমস্যা বোলা হয়                               

খ/ সমাজত একটা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয় ?             
সময়ত একোটা গঢ়ি তুলিবলৈ - একোটা , সততা , সহযোগিতা , দেশ প্ৰেম , আদৰ্শ আদি গুণৰ প্ৰয়োজনীয়তা আছে                        

গ/ সামাজিক সমস্যা কি ?     
- সামাজিক সমস্যা হৈছে যিবোৰ সমস্যায় সমাজ এখনক বিকাশ হোৱাত বাধাৰ সৃষ্টি কৰে , তেনেকুৱা সমাজত বহুতো সমস্যা দেখা যায় যেনে - পৰিৱেশ প্ৰদূষণ , ৰাজনৈতিক দুৰ্নীতি আদি                             

ঘ/ সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায় ?         
 -  সামাজিৰ সমস্যা ৰ সৃষ্টিত - দৰিদ্ৰতা , জনসংখ্যা বৃদ্ধি , দুৰ্নীতি , নিৰক্ষৰত আদিবোৰ কাৰকে অৰিহণা যোগায়                    

২| খালি ঠাই পূৰ কৰা --      

ক/ আমি সকলোৱে ___________ পাতি বাস কৰোঁ  
   -  সমাজ  

খ/ _____________  হল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা        
    -  অন্ধবিশ্বাস 
 

গ/ সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত ________________ সৃষ্টি হয়     
    -  বিশৃঙ্খলতা  


ঘ/ ৰাইজৰ সচেতনতা আৰু ______________ নহলে কোনো সমস্যা সমাধান নহয়     
  -  একতা 
     

ঙ/ লিখা - পঢ়া নজনা লোককে ___________ বোলা হয়
নিৰক্ষৰতা 



৩| "ক" ৰ লগত "খ" মিলোৱা -- 

অন্ধবিশ্বাসৰ কোনো শিশু শ্ৰমিকৰ সৃষ্টি হয়
পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে সামাজিক সমস্যা
অন্ধবিশ্বাস , লিঙ্গ - বৈষম্য , শিশু শ্ৰমিক আদি বৈজ্ঞানিক ভিত্তি নাই


১ | অন্ধবিশ্বাসৰ কোনো  == বৈজ্ঞানিক ভিত্তি নাই      
২ |পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে == শিশু শ্ৰমিকৰ সৃষ্টি হয়           
৩| অন্ধবিশ্বাস , লিঙ্গ - বৈষম্য , শিশু শ্ৰমিক আদি == সামাজিক সমস্যা 







***




🙏 শ্ৰদ্ধাঞ্জলি / Tribute
🎤
জুবিন গাৰ্গ
১৯৭২ - ২০২৫
“অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, জুবিন গাৰ্গ ডাঙৰীয়াৰ সৃষ্টিয়ে আমাৰ মনত সদায় সজীৱ হৈ থাকিব। তেওঁৰ গীত, কণ্ঠ আৰু চিন্তাধাৰাই অসমীয়াৰ আত্মাক স্পৰ্শ কৰিছে। অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদান চিৰস্মৰণীয়। শ্ৰদ্ধাৰে স্মৃতিচাৰণ জনালোঁ।”
🎵
ভূপেন হাজৰিকা
১৯২৬ - ২০১১
“অসমৰ সংগীত সম্ৰাট, ভূপেন হাজৰিকাই তেওঁৰ গীতৰ মাধ্যমেৰে মানৱতা, প্ৰকৃতি আৰু অসমীয়া জাতিৰ প্ৰাণৰ কথা কৈ গৈছে। তেওঁৰ সুৰ-ছন্দ চিৰ অম্লান।”
আমি কৃতজ্ঞতাৰে স্মৰণ কৰোঁ সকলো মহান ব্যক্তিত্বক।
📱 Follow Us
📅 Upcoming Exams
  • HSLC 2027Feb 2027
  • HS Final 2027Mar 2027
  • CBSE Class 10Feb 2027
  • CBSE Class 12Feb 2027
  • TET AssamTBA
🎓 Education For All