📅 About Contact Privacy Policy Terms
📗 Latest Posts
All →

মানৱ বন্দনা || Class 9 || Class 9 Assamese || MIL Assamese

📅 May 21, 2026 ✍️ AXOM HELP DESK 🏷️ Class 9 , Class 9 Assamese , Class 9 MIL Assasese , মানৱ বন্দনা ,
মানৱ বন্দনা — সম্পূৰ্ণ ডিজিটেল নোটছ
EXAM PREPARATION GUIDE 2026

নৱম শ্ৰেণীৰ বাবে সম্পূৰ্ণ ডিজিটেল নোটছ

চন্দ্ৰকুমাৰ আগৰৱালাৰ 'মানৱ বন্দনা'ৰ পাঠ্যপুথিৰ সকলো প্ৰশ্নোত্তৰ, ব্যাখ্যামূলক বিশ্লেষণ আৰু ব্যাকৰণ ইয়াত সুলভ কৰা হৈছে।

মূল কবিতাৰ পাঠ

আহিছে মানুহ গৈছে মানুহ মানুহ মায়াপী জীৱ,

মানুহ সোঁতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়?

মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সোঁতে,

মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে।

মানুহেই লগ মানুহেই সংগ মানুহেই পৰাৎপৰ,

এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ।

মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ,

কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় জয় মানৱ দেৱ।

© 2026 AXOM HELP DESK | সকলো অধিকাৰ সংৰক্ষিত

অসমীয়া সাহিত্য চয়নিকা - নৱম শ্ৰেণীৰ বিশেষ সহায়িকা

Designed for interactive academic excellence.

🙏 শ্ৰদ্ধাঞ্জলি / Tribute
🎤
জুবিন গাৰ্গ
১৯৭২ - ২০২৫
“অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, জুবিন গাৰ্গ ডাঙৰীয়াৰ সৃষ্টিয়ে আমাৰ মনত সদায় সজীৱ হৈ থাকিব। তেওঁৰ গীত, কণ্ঠ আৰু চিন্তাধাৰাই অসমীয়াৰ আত্মাক স্পৰ্শ কৰিছে। অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদান চিৰস্মৰণীয়। শ্ৰদ্ধাৰে স্মৃতিচাৰণ জনালোঁ।”
🎵
ভূপেন হাজৰিকা
১৯২৬ - ২০১১
“অসমৰ সংগীত সম্ৰাট, ভূপেন হাজৰিকাই তেওঁৰ গীতৰ মাধ্যমেৰে মানৱতা, প্ৰকৃতি আৰু অসমীয়া জাতিৰ প্ৰাণৰ কথা কৈ গৈছে। তেওঁৰ সুৰ-ছন্দ চিৰ অম্লান।”
আমি কৃতজ্ঞতাৰে স্মৰণ কৰোঁ সকলো মহান ব্যক্তিত্বক।
📱 Follow Us
📅 Upcoming Exams
  • HSLC 2027Feb 2027
  • HS Final 2027Mar 2027
  • CBSE Class 10Feb 2027
  • CBSE Class 12Feb 2027
  • TET AssamTBA
🎓 Education For All